অসমীয়া স্থানীয় অভিজ্ঞতা পেক

অসমীয়া স্থানীয় অভিজ্ঞতা পেক

Rating
5
Reviews
1
অসমীয়া স্থানীয় অভিজ্ঞতা পেক
অসমীয়া স্থানীয় অভিজ্ঞতা পেক

App details

Release date

2017-11-17

Last update

2023-03-02

Product ID

9NTJLXMXX35J

Categories

Personalization

About অসমীয়া স্থানীয় অভিজ্ঞতা পেক

সদায় আপ-টু-ডেট কৰে, সদায় Windows-ৰ ভাষাৰ অভিজ্ঞতা উন্নত কৰে!

Windows-এ এতিয়া Microsoft Store-ৰ জৰিয়তে বিনামূলীয়াকৈ ভাষাৰ আপডেটসমূহ প্ৰদান কৰে৷ ইয়াৰ অৰ্থ এইটোৱেই যে আমি আপোনাৰ স্থানীয় ভাষা নিয়মিত উন্নত কৰি আছোঁ আৰু এই আপডেটসমূহ আপোনাৰ ডিভাইচলৈ স্বয়ংক্ৰিয়ভাৱে প্ৰেৰণ কৰি থাকোঁ৷ স্থানীয় অভিজ্ঞতা পেক এপ্লিকেশ্বন ইনষ্টল কৰিলে, আপোনাৰ ভাষাৰ Windows পাঠ সদায় আপ-টু-ডেট হৈ থাকিব৷.

Windows পাঠ আপোনাৰ স্থানীয় ভাষাত উন্নত কৰাত সহায় কৰাৰ বাবে আগ্ৰহীনে? আপুনি Windows-ত অন্তৰ্ভুক্ত কৰা ফীডবেক হাব এপ্প্‌টো ব্যৱহাৰ কৰি পাঠ উন্নয়নৰ বাবে সহজেই আপোনাৰ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷মাত্ৰ Cortana অনুসন্ধান বাকচত “ফীডবেক হাব” টাইপ কৰক বা Windows কী + F হেঁচি ধৰি ৰাখক৷

টোকা: বানানৰ অভিধান আৰু কথনৰ দৰে অতিৰিক্ত ভাষা সমৰ্থিত সুবিধাসমূহো ইনষ্টল কৰিব লগা হ’ব পাৰে৷ ইনষ্টল কৰি ৰখা সুবিধা অনুসৰি ষ্ট’ৰেজৰ আৱশ্যকতা পৃথক হ’ব পাৰে৷

Key features